• Admin

5 Ways to Become Wealthier (Warren Buffet's Tips)

These 5 ways can help you become wealthier, irrespective of the place you are from! You might be from Assam, Meghalaya, Manipur, Tripura, Nagaland or anywhere in India or the world, but these tips are purely universal and capable of help you become wealthier.


জীৱন যাপন সুন্দৰকৈ কৰিবলৈ জীৱনৰ অপৰিহাৰ্য্য় এক অধ্যায় হ'ল উপাৰ্জন।


আৰু উপাৰ্জন সৱল কৰিবলৈ হলে (বা প্ৰত্যক্ষ ভাষাত কলে ধনী হবলৈ হলে) মানুহক অধ্যব্যসায় আৰু বিবেচণামূলক সিদ্ধান্তৰ প্ৰয়োজনেই আজিৰ দিনত সকলোতকৈ বেছি।


উপাৰ্জনৰ ৰাস্তা যিয়েই নহওক ধনী হোৱাৰ সম্ভাৱনা সকলোতে থাকে, মাথোঁ লাগে মনুহৰ একাগ্ৰতা আৰু অধ্য়ব্যসায়। তাৰোপৰি সঠিক নিৰ্দ্দেশন আৰু আন কিছুমান সৰু সৰু কথাইও মানুহক ধনী হোৱাত সহায় কৰে।


আজিৰ এই লেখনি টোত তেনে কিছুমান কথাকে চিত্ৰিত ৰুপত আমাৰ পাঠকসকললৈ আগবঢ়োৱা হ'ল। আশাকৰোঁ লেখাটো আপোনালোকে ভাল পাব আৰু Social Mediaত শ্বেয়াৰ কৰিব। ধন্যবাদ।



5 Ways to become Wealthier
.pdf
Download PDF • 588KB



48 views0 comments

© 2020 for LIC Assam

FOLLOW US:

  • w-facebook
  • Twitter Clean